ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অনাহকত তর্ক কৰি থকা ব্যক্তি
ଉଦାହରଣ : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
ସମକକ୍ଷ : কুতৰ্কী, বিতণ্ডাবাদী
ଅର୍ଥ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
ଉଦାହରଣ : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
ସମକକ୍ଷ : কন্দলীয়া, দন্দখোৰ
ଅର୍ଥ : সমানে সমানে কাজিয়া কৰোঁতা
ଉଦାହରଣ : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
ସମକକ୍ଷ : কলহপ্রিয়, ্কর্কশ
ଅର୍ଥ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
ଉଦାହରଣ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
ସମକକ୍ଷ : উগ্রা, দন্দুৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ