ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কাজিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কাজিয়া   বিশেষ্য

ଅର୍ଥ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

ଉଦାହରଣ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

ସମକକ୍ଷ : কন্দল, কলহ, কলৌ, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

ଅର୍ଥ : দুজন ব্যক্তিয়ে বা দুটা দলে শত্রুতাপূর্ণ ব্যৱহাৰ কৰি নিজৰ-নিজৰ মতত এজনে আন জনৰ বিৰুদ্ধে অটল হৈ ভাব

ଉଦାହରଣ : সৰু কথাটোক লৈয়েই তেওঁলোক দুজনৰ মাজত কাজিয়া লাগিল

ସମକକ୍ଷ : খৰিয়াল, থোতা-মোজা, দন, দন্দ

ଅର୍ଥ : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য

ଉଦାହରଣ : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল

ସମକକ୍ଷ : মাৰপিট