ଅର୍ଥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ଉଦାହରଣ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
ସମକକ୍ଷ : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
ଅର୍ଥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
ଉଦାହରଣ :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
ସମକକ୍ଷ : কাটা
ଅର୍ଥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
ଉଦାହରଣ :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
ସମକକ୍ଷ : কাটা