ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে
ଉଦାହରଣ : মোহন এজন ব্যক্তি
ସମକକ୍ଷ : কলংকিত, দাগী, লাঞ্ছিত
ଅର୍ଥ : যি ্ ধর্মানুসৰি পবিত্র নহয়
ଉଦାହରଣ : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়
ସମକକ୍ଷ : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ