ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ডাঙৰ কামত প্রবৃত্ত হোৱাৰ বাবে লগা মনৰ দৃঢ়তা বা যাৰ কাৰণে আমি নি্র্ভয়হৈ কোনো বিপদ আদিৰ মুখামুখি হওঁ
ଉଦାହରଣ : সাহস আছে যদি অকলে আহি লগ কৰা
ସମକକ୍ଷ : তাগজ, পিত, সাহ, সাহ-পিত, সাহস, হিম্মত
ଅର୍ଥ : শৰীৰৰ বিভিন্ন সিৰা-উপসিৰালৈ তেজ চলাচল কৰোৱা বুকুৰ ভিতৰৰ বাওঁ্ফালে থকা এক অৱয়ব:কলিজা জীৱিত প্রাণীৰ এক গুৰুত্বপূর্ণ অংগ
ଉଦାହରଣ :
ସମକକ୍ଷ : দিল, মর্ম, হার্ট, হৃদয়
ସଂସ୍ଥାପନ କରନ୍ତୁ