ଅର୍ଥ : কলাৰ প্রতি ৰুচি থকা লোক
ଉଦାହରଣ :
এগৰাকী কলাপ্রেমীয়ে একান্তমনে কলাবীথিকাত চিত্র চাই আছিল
ସମକକ୍ଷ : কলা-প্রেমী, কলাপ্রেমী
ଅର୍ଥ : যি কলা ভালপায়
ଉଦାହରଣ :
কিছুমান কলা-প্রেমী ব্যক্তিৰ সহায়ত এই নাট্যশালাৰ নি্র্মাণ কৰা হৈছে
ସମକକ୍ଷ : কলা-প্রেমী, কলাৰসিক