ଅର୍ଥ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
ଉଦାହରଣ :
তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
ସମକକ୍ଷ : কন্দল, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
ଅର୍ଥ : মাটি, ধাতু আদিৰ ডিঙি দীঘল আৰু ঠেক এবিধ পানী ৰখা পাত্র
ଉଦାହରଣ :
কলহৰ পানী গৰমতো ঠাণ্ডা হৈ থাকে