ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কলম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কলম   বিশেষ্য

ଅର୍ଥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

ଉଦାହରଣ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

ସମକକ୍ଷ : কাপ

ଅର୍ଥ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

ଉଦାହରଣ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

ସମକକ୍ଷ : কাপ, নিজৰি কাপ, পেন, লেখনী

ଅର୍ଥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

ଉଦାହରଣ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

ସମକକ୍ଷ : লেখনি