ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কল   বিশেষ্য

ଅର୍ଥ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ

ଉଦାହରଣ : ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল

ସମକକ୍ଷ : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র

ଅର୍ଥ : দীঘলীয়া মঙহাল আৰু মিঠা সোৱাদৰ ফল লগা, দুই-তিনি মিটাৰ দীঘল পাতৰ এবিধ গছ, যি এবাৰ ফল দি মৰি যোৱা

ଉଦାହରଣ : তেওঁ ঘৰৰ পিছফালে কলগছ ৰুইছে

ସମକକ୍ଷ : কদলীগছ, কলগছ

ଅର୍ଥ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ

ଉଦାହରଣ : আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে

ସମକକ୍ଷ : মেচিন, যন্ত্র, যন্ত্র-পাতি

ଅର୍ଥ : এবিধ দীঘলীয়া মঙহাল মিঠা ফল

ଉଦାହରଣ : তেওঁ ্ কল খাই আছে

ସମକକ୍ଷ : কদলী, ৰম্ভা