ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কম্পিত হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কম্পিত হোৱা   ক্ৰিয়া

ଅର୍ଥ : দেহত এক শিহৰণ অনুভৱ কৰা

ଉଦାହରଣ : ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে

ସମକକ୍ଷ : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা

ଅର୍ଥ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা

ଉଦାହରଣ : উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে

ସମକକ୍ଷ : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা