ଅର୍ଥ : দেহত এক শিহৰণ অনুভৱ কৰা
ଉଦାହରଣ :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
ସମକକ୍ଷ : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা
ଅର୍ଥ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
ଉଦାହରଣ :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
ସମକକ୍ଷ : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা