ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কমি অহা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কমি অহা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা

ଉଦାହରଣ : বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে

ସମକକ୍ଷ : তাকৰ হোৱা, ন্যূন হোৱা

ଅର୍ଥ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা

ଉଦାହରଣ : তেওঁৰ ্উপার্জন কমি আহিছে

ସମକକ୍ଷ : সংকুচিত হোৱা

কমি অহা   বিশেষণ

ଅର୍ଥ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে

ଉଦାହରଣ : তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে

ସମକକ୍ଷ : হ্রাস পোৱা