ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কম হৈ অহা কার্য
ଉଦାହରଣ : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
ସମକକ୍ଷ : টুটা
ଅର୍ଥ : নামি যোৱা বা কমি যোৱা
ଉଦାହରଣ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
ସମକକ୍ଷ : নমা
ଅର୍ଥ : একেবাৰে আদায় নোহোৱা
ଉଦାହରଣ : হাজাৰৰ পৰা এশ টকা কমি গʼল
ଅର୍ଥ : মূল্য অৱনমিত হোৱা বা কমি অহা
ଉଦାହରଣ : আজিকালি সোণৰ দাম নামিছে
ସମକକ୍ଷ : নমা, পৰা
ଅର୍ଥ : ঘাটি হোৱা বা কমি যোৱা
ଉଦାହରଣ : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
ଅର୍ଥ : ক্ষীণ হোৱা
ଉଦାହରଣ : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
ସମକକ୍ଷ : কমি যোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ