ଅର୍ଥ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ
ଉଦାହରଣ :
তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়
ସମକକ୍ଷ : সমাধি, সমাধিস্তম্ভ
ଅର୍ଥ : মুছলমান, খ্রীষ্টান, ইহুদীসকলে তেওঁলোকৰ মৃত লোকসকলক সৎকাৰ কৰা গাঁত বিশেষ
ଉଦାହରଣ :
মহান চুফী সাধুজনক সৎকাৰৰ কাৰণে অসংখ্যলোকে কবৰ খান্দিলে
ଅର୍ଥ : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়
ଉଦାହରଣ :
তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে
ସମକକ୍ଷ : কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, শৱসৎকাৰভূমি, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান