ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ଉଦାହରଣ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
ସମକକ୍ଷ : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
ଅର୍ଥ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ଉଦାହରଣ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
ସମକକ୍ଷ : আৱৰণ, খোলা
ଅର୍ଥ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
ଉଦାହରଣ : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : অংগৰক্ষী
ସଂସ୍ଥାପନ କରନ୍ତୁ