ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কফি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কফি   বিশেষ্য

ଅର୍ଥ : এবিধ উদ্ভিদৰ পৰা পোৱা বীজ যাক পিচি পেয় পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়

ଉଦାହରଣ : তেওঁ কফিগুটিখিনি তৎক্ষণাত পিচি কফি তৈয়াৰ কৰি আছে

ଅର୍ଥ : এবিধ উদ্ভিদ যাৰ বীজ খুন্দি পেয় পদার্থ ্তৈয়াৰ কৰা হয়

ଉଦାହରଣ : কফি এবিধ মজলীয়া আকাৰ উদ্ভিদ

ସମକକ୍ଷ : কফি গছ

ଅର୍ଥ : চাহৰ নিচিনা এবিধ পেয় দ্রব্য

ଉଦାହରଣ : তেওঁ কফি খাই আছে

ଅର୍ଥ : পেয় পদার্থ হিচাপে প্রস্তুত কৰা চাহপাতৰ দৰে এবিধ চূর্ণ

ଉଦାହରଣ : তেওঁ ্দোকানৰ পৰা এশ গ্রাম কফি কিনিলে