ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ଉଦାହରଣ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
ସମକକ୍ଷ : খাতা, বহী
ଅର୍ଥ : কিতাপ বা বাতৰি কাকতৰ নকল
ଉଦାହରଣ : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
ଅର୍ଥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
ଉଦାହରଣ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
ସମକକ୍ଷ : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
ସଂସ୍ଥାପନ କରନ୍ତୁ