ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
ଉଦାହରଣ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
ସମକକ୍ଷ : নিয়তি, ভাগ্য, ললাট
ଅର୍ଥ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ
ଉଦାହରଣ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে
ସମକକ୍ଷ : অগ্রশিৰ, আগমূৰ, ভাল, ললাট
ସଂସ୍ଥାପନ କରନ୍ତୁ