ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ଉଦାହରଣ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
ସମକକ୍ଷ : পাল্লা
ଅର୍ଥ : ভিতৰলৈ সোমাব পৰা বাহিৰলৈ ওলাব পৰা কোনো বন্ধ স্থানৰ এক খোলা অংশ
ଉଦାହରଣ : ভিখাৰীজন দুৱাৰত ৰৈ আছে
ସମକକ୍ଷ : দর্জা, দর্জ্জা, দুৱাৰ, দ্বাৰ, দৰজা
ସଂସ୍ଥାପନ କରନ୍ତୁ