ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কন্নড় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কন্নড়   বিশেষ্য

ଅର୍ଥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা

ଉଦାହରଣ : কুলকার্ণীদেৱে কন্নড় শিকি আছে

ସମକକ୍ଷ : কন্নড় ভাষা

ଅର୍ଥ : যি লিপিত কন্নড় ভাষা লিখা হয়

ଉଦାହରଣ : কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে

ସମକକ୍ଷ : কন্নড় লিপি

ଅର୍ଥ : কর্ণাটক ৰাজ্যৰ অধিবাসী

ଉଦାହରଣ : এইখন কন্নড়সকলৰ সভা

কন্নড়   বিশেষণ

ଅର୍ଥ : কর্ণাটকত থকা বা বসতি কৰা

ଉଦାହରଣ : কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে

ଅର୍ଥ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ

ଉଦାହରଣ : তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে

ଅର୍ଥ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত