ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
ଉଦାହରଣ : কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
ସମକକ୍ଷ : কদম্ব
ଅର୍ଥ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ଉଦାହରଣ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ସମକକ୍ଷ : খোজ
ଅର୍ଥ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ଉଦାହରଣ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ସଂସ୍ଥାପନ କରନ୍ତୁ