ଅର୍ଥ : প্রায়েই পাহৰি থকা ব্যক্তি
ଉଦାହରଣ :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
ସମକକ୍ଷ : কথা-পাহৰা
ଅର୍ଥ : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
ଉଦାହରଣ :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
ସମକକ୍ଷ : স্মৃতিভ্ৰংশ হোৱা
ଅର୍ଥ : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
ଉଦାହରଣ :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে