ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কথা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কথা   বিশেষ্য

ଅର୍ଥ : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

ଉଦାହରଣ :

ସମକକ୍ଷ : কাহিনী, কাহিনী-কথা

ଅର୍ଥ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

ଉଦାହରଣ : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

ସମକକ୍ଷ : ঘটনা

ଅର୍ଥ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ଉଦାହରଣ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

ସମକକ୍ଷ : জবান, বচন

ଅର୍ଥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ଉଦାହରଣ : আনৰ ভাল লগা কথাহে কোৱা উচিত

ସମକକ୍ଷ : বচন, বাণী

ଅର୍ଥ : কিবা কোৱা কার্য

ଉଦାହରଣ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

ସମକକ୍ଷ : কথন, বচন, বাক, বাচ্য

ଅର୍ଥ : গোৱা কার্য ্বা ভাব

ଉଦାହରଣ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

ସମକକ୍ଷ : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত