ଅର୍ଥ : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : কাহিনী, কাহিনী-কথা
ଅର୍ଥ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
ଉଦାହରଣ :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
ସମକକ୍ଷ : ঘটনা