ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেছি কথা কোৱা ব্যক্তি
ଉଦାହରଣ : কথকীৰ মাজত মনে মনে থকাই ভাল
ସମକକ୍ଷ : অতিভাষী
ଅର୍ଥ : বহুত কথা কʼব পৰাজন
ଉଦାହରଣ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ସମକକ୍ଷ : অতিভাষী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
ଅର୍ଥ : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
ଉଦାହରଣ : ৰামু এজন বহুবল্কী ব্যক্তি
ସମକକ୍ଷ : বহুবল্কী
ସଂସ୍ଥାପନ କରନ୍ତୁ