ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
ଉଦାହରଣ : তেওঁৰ ্ মাতটো বৰ মিঠা
ସମକକ୍ଷ : গলা, বোল, মাত, স্বৰ
ଅର୍ଥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
ଉଦାହରଣ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
ସମକକ୍ଷ : লয়, সুৰ
ଅର୍ଥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
ଉଦାହରଣ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
ସମକକ୍ଷ : গলা
ଅର୍ଥ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
ଉଦାହରଣ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
ସମକକ୍ଷ : গল, গলা
ସଂସ୍ଥାପନ କରନ୍ତୁ