ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কণা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কণা   বিশেষ্য

ଅର୍ଥ : যিজন মানুহৰ এটা চকু বেয়া

ଉଦାହରଣ : দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল

ଅର୍ଥ : অত্যন্ত সৰু অংশ বা টুকুৰা

ଉଦାହରଣ : ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে

ସମକକ୍ଷ : অণু, অণু-পৰমাণু, কণ

ଅର୍ଥ : সৰু কণা বিশেষ

ଉଦାହରଣ : মোৰ চকুত বালিৰ কণা সোমাইছে

ସମକକ୍ଷ : কণ, কণিকা, ৰেণু

কণা   বিশেষণ

ଅର୍ଥ : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়

ଉଦାହରଣ : বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল

ସମକକ୍ଷ : এটা চকুৱা