ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কটোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কটোৱা   বিশেষ্য

ଅର୍ଥ : কটা কাম

ଉଦାହରଣ : এতিয়া ধান দোৱা কাম চলি আছে

ସମକକ୍ଷ : দোৱা

কটোৱা   ক্ৰিয়া

ଅର୍ଥ : নি্র্বাহ কৰা বা অতিবাহিত কৰা

ଉଦାହରଣ : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

ସମକକ୍ଷ : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা

ଅର୍ଥ : পাৰ হোৱা বা ব্যতিত হোৱা

ଉଦାହରଣ : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

ସମକକ୍ଷ : অতিবাহিত কৰা, পাৰ কৰা