ଅର୍ଥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ଉଦାହରଣ :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ସମକକ୍ଷ : কলম দিয়া
ଅର୍ଥ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
ଉଦାହରଣ :
পাচলি কাটি আছে
ଅର୍ଥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ଉଦାହରଣ :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ସମକକ୍ଷ : কলম দিয়া
ଅର୍ଥ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
ଉଦାହରଣ :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
ଅର୍ଥ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
ଉଦାହରଣ :
শিক্ষকে ভুল উত্তৰটো কাটিলে
ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
ଉଦାହରଣ :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
ଅର୍ଥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কলম দিয়া
ଅର୍ଥ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
ଉଦାହରଣ :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে