ଅର୍ଥ : দেহত এক শিহৰণ অনুভৱ কৰা
ଉଦାହରଣ :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
ସମକକ୍ଷ : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
ଅର୍ଥ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
ଉଦାହରଣ :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
ସମକକ୍ଷ : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা