ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কʼলা-বজাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কʼলা-বজাৰ   বিশেষ্য

ଅର୍ଥ : মনেবিচৰা দামত বস্তু বিক্রী কৰা এখন বজাৰ

ଉଦାହରଣ : বাধ্যত পৰি আমি কʼলা-বজাৰৰ পৰা অত্যাৱশ্যকীয় বস্তু কিনিবলগীয়া হʼল

ଅର୍ଥ : সঞ্চিত সামগ্রী লুকাই চুৰকৈ নিজ ইচ্ছামতে দৰ-দাম কৰি বেচা কার্য

ଉଦାହରଣ : আজিকালিৰ বেপাৰীয়ে কʼলা-বজাৰৰ পৰা বহুত টকা উপার্জন কৰে