ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কʼলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কʼলা   বিশেষ্য

ଅର୍ଥ : যিজন ব্যক্তিৰ বৰণ কʼলা

ଉଦାହରଣ : কʼলাসকলৰ বিবাহ ঠিক কৰোতে অসুবিধা হয়

ଅର୍ଥ : কাজল বা কুলিৰ নিচিনা এক ৰং

ଉଦାହରଣ : এই চিত্রখনৰ ওপৰৰ অংশত কʼলা ৰং দিয়া

ସମକକ୍ଷ : কʼলা ৰং, কৃষ্ণবর্ণ

কʼলা   বিশেষণ

ଅର୍ଥ : কাজল বা কুলি চৰাইৰ দৰে ৰং

ଉଦାହରଣ : ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল

ସମକକ୍ଷ : এঙাৰ বৰণীয়া, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, কৃষ্ণবর্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া

ଅର୍ଥ : যিজন বগা বা শ্বেত বর্ণৰ নহয়

ଉଦାହରଣ : ইংৰাজসকলে কʼলা মানুহৰ ওপৰত নি্র্মম অত্যাচাৰ কৰিছিল

ସମକକ୍ଷ : কৃষ্ণাঙ্গ