ଅର୍ଥ : যিজনে উপন্যাস লিখে
ଉଦାହରଣ :
মুন্সী প্রেমচান্দ সফল ঔপন্যাসিকসকলৰ অগ্রণী আছিল
ସମକକ୍ଷ : উপন্যাস-লেখক, উপন্যাসকাৰ
ଅର୍ଥ : উপন্যাস বিষয়ক
ଉଦାହରଣ :
এই লেখকৰ ঔপন্যাসিক বিষয়বস্তু ৰুচিপূর্ণ
ଅର୍ଥ : উপন্যাসত বর্ণ্্না কৰাৰ যোগ্য
ଉଦାହରଣ :
উপন্যাসকাৰে এটা ঔপন্যাসিক ঘটনাৰ সন্ধানত আছে