ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ওলোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ওলোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো কিতাপ আদি ছপা কৰি অনা

ଉଦାହରଣ : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

ସମକକ୍ଷ : প্রকাশিত হোৱা

ଅର୍ଥ : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

ଉଦାହରଣ : সূর্য পূৱত দিশত ওলায়

ସମକକ୍ଷ : উদিত হোৱা, উদয় হোৱা

ଅର୍ଥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ଉଦାହରଣ : তেওঁ কংগ্রেছৰ পৰা ওলাল

ସମକକ୍ଷ : পৃথক হোৱা

ଅର୍ଥ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ଉଦାହରଣ : তেওঁৰ ৰহস্য খুলিল

ସମକକ୍ଷ : খোলা, ফাদিল হোৱা

ଅର୍ଥ : এৰি দিয়া

ଉଦାହରଣ : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

ସମକକ୍ଷ : মুক্ত হোৱা

ଅର୍ଥ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

ଉଦାହରଣ : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

ସମକକ୍ଷ : গুচি যোৱা

ଅର୍ଥ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

ଉଦାହରଣ : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

ଅର୍ଥ : উৎপন্ন হোৱা

ଉଦାହରଣ : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

ସମକକ୍ଷ : গজা

ଅର୍ଥ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

ଉଦାହରଣ : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

ଅର୍ଥ : প্রচলিত হোৱা

ଉଦାହରଣ : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

ଅର୍ଥ : অনায়াসে উচ্চাৰিত হোৱা

ଉଦାହରଣ : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

ଅର୍ଥ : অন্য কোনোফালে বাঢ়ি থকা

ଉଦାହରଣ : এই মেজখনৰ কোণাটো অলপ ওলাইছে

ଅର୍ଥ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

ଉଦାହରଣ : গংগা গংগোত্রীৰ পৰা ওলাইছে

ସମକକ୍ଷ : নি্র্গত ্হোৱা

ଅର୍ଥ : বাহিৰলৈ অহা

ଉଦାହରଣ : সাপটো বিলৰ পৰা ওলাইছে

ସମକକ୍ଷ : নির্গত হোৱা, বাহিৰলৈ অহা