ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ওলোমাই থোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ওলোমাই থোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

ଉଦାହରଣ : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

ସମକକ୍ଷ : লগোৱা

ଅର୍ଥ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য

ଉଦାହରଣ : নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে

ଅର୍ଥ : তলৰ পৰা কোনো ওখ স্থানত এনে ধৰণে লগোৱা যাতে যথাস্থানত লাগি ধৰে বা অন্যফালে সকলো অংশ তলত পৰি ৰয়

ଉଦାହରଣ : শ্যামে কুৰ্তাটো খুটিটোত আঁৰিলে

ସମକକ୍ଷ : অঁৰা, আঁৰি থোৱা, ওলোমোৱা