ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ বা তাৰ কোনো অংশ কোনো ফালে হালি থকা
ଉଦାହରଣ : চাইকেলৰ ওপৰত লদা বোজাটো বাওঁফালে ওলমি আছে
ସମକକ୍ଷ : ওলমি থকা
ଅର୍ଥ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
ଉଦାହରଣ : বেৰত এডাল ৰচী ওলমি আছে
ସମକକ୍ଷ : ওলমি থকা, দুলি থকা
ସଂସ୍ଥାପନ କରନ୍ତୁ