ଅର୍ଥ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
ଉଦାହରଣ :
উৰাজাহাজখন বহুত ওপৰত উৰি আছে
ସମକକ୍ଷ : উচ্চতা
ଅର୍ଥ : লিখা-মেলাৰ একেবাৰে প্রথমত
ଉଦାହରଣ :
ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
ଅର୍ଥ : সহায়ৰ আধাৰত
ଉଦାହରଣ :
মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে