ଅର୍ଥ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ଉଦାହରଣ :
বানপানীত কিমান যে পশু উটি গৈছে
ସମକକ୍ଷ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
ଅର୍ଥ : পানীৰ ওপৰলৈ অহা
ଉଦାହରଣ :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে