ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
ଉଦାହରଣ : এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
ସମକକ୍ଷ : পৰিমাপ
ଅର୍ଥ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
ଉଦାହରଣ : এই বস্তুটোৰ ওজন কিমান?
ସମକକ୍ଷ : গধুৰতা, ভাৰ, ভৰ
ଅର୍ଥ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
ଉଦାହରଣ : আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
ସମକକ୍ଷ : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ
ସଂସ୍ଥାପନ କରନ୍ତୁ