ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাৰণত কোনো কাম নকৰা
ଉଦାହରଣ : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ
ସମକକ୍ଷ : এৰা
ଅର୍ଥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ଉଦାହରଣ : তেওঁ ্মোক মেলাতে এৰিলে
ଅର୍ଥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ଉଦାହରଣ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ସମକକ୍ଷ : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ