ଅର୍ଥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ଉଦାହରଣ :
তেওঁ ্মোক মেলাতে এৰিলে
ସମକକ୍ଷ : এৰি দিয়া
ଅର୍ଥ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
ଉଦାହରଣ :
ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
ଅର୍ଥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ଉଦାହରଣ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ସମକକ୍ଷ : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
ଅର୍ଥ : ধ্যান নিদিয়া বা গণনা নকৰা
ଉଦାହରଣ :
বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
ସମକକ୍ଷ : বাদ দিয়া
ଅର୍ଥ : ওলাই যোৱা বা দলি মাৰি পঠোৱা
ଉଦାହରଣ :
ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে