ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ এজেণ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

এজেণ্ট   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু , চুক্তিপত্র আদি ক্রয়-বিক্রয় কৰাৰ সময়ত কিছু পাৰিশ্রমিকৰ বিনিময়ত মধ্যস্থতা কৰা লোক

ଉଦାହରଣ : এই গাড়ীখন মই দালালৰ যোগেদি কিনিলোঁ

ସମକକ୍ଷ : দালাল

ଅର୍ଥ : কোনো ব্যক্তি বা সংস্থা আদিৰ ফালৰ পৰা তেওঁলোকৰ প্রতিনিধিৰ ৰূপত কিবা কৰিবৰ কাৰণে যাক নিয়োজিত কৰা হয়

ଉଦାହରଣ : শ্যাম এটা ব্যক্তিগত বেংকৰ এজেণ্ট

ସମକକ୍ଷ : অভি্কর্তা