ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দহতকৈ এক অধিক হোৱা সংখ্যাটো
ଉଦାହରଣ : সাত আৰু চাৰি যোগ কৰিলে এঘাৰ হয়
ସମକକ୍ଷ : এঘাৰ, ১১
ଅର୍ଥ : গণনাত এঘাৰ নম্বৰ হোৱা
ଉଦାହରଣ : আজিৰ পৰা ঠিক একাদশ দিনৰ দিনা মাইনাৰ বিয়া
ସମକକ୍ଷ : ১১শ
ଅର୍ଥ : দহতকৈ এক বেছি
ଉଦାହରଣ : ক্রিকেট খেলৰ এটা দলত এঘাৰজন খেলুৱৈ থাকে
ସଂସ୍ଥାପନ କରନ୍ତୁ