ଅର୍ଥ : কোনো এক বিষয়ত লীন বা মজি থকা কার্য বা ভাব
ଉଦାହରଣ :
তেওঁ একনিষ্ঠতাৰে ভগৱানৰ ধ্যান কৰে
ସମକକ୍ଷ : একনিষ্ঠতা
ଅର୍ଥ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ଉଦାହରଣ :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
ସମକକ୍ଷ : একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা, মনোযোগ