ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ একত্রিত কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

একত্রিত কৰা   ক্ৰিয়া

ଅର୍ଥ : সঞ্চিত বা একত্রিত কৰা

ଉଦାହରଣ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে

ସମକକ୍ଷ : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা

ଅର୍ଥ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা

ଉଦାହରଣ : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে

ସମକକ୍ଷ : একগোট কৰা, গোটোৱা