ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ একক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

একক   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

ଉଦାହରଣ : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

ସମକକ୍ଷ : ইউনিট, মান

ଅର୍ଥ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়

ଉଦାହରଣ : সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়

ସମକକ୍ଷ : একক স্থান

ଅର୍ଥ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ

ଉଦାହରଣ : বাৰত দুটা একক আৰু এটা দহক থাকে

ଅର୍ଥ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়

ଉଦାହରଣ : আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত

একক   বিশেষণ

ଅର୍ଥ : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে

ଉଦାହରଣ : এইটো একক প্রণালী