ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঋণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঋণ   বিশেষ্য

ଅର୍ଥ : এজন ব্যক্তি বা সংস্থাৰ দ্বাৰা আন ব্যক্তি বা সংস্থাৰ প্রতি আগবঢ়াবলগীয়া সেৱা

ଉଦାହରଣ : হিন্দু ধর্ম অনুসৰি মাতৃঋণ, পিতৃঋণ, গুৰুঋণ তথা দেৱঋণ এই চাৰিটা মুখ্য ঋণ

ଅର୍ଥ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

ଉଦାହରଣ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

ସମକକ୍ଷ : ধাৰ