ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উৰোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উৰোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা

ଉଦାହରଣ : পাইলটে উৰাজাহাজ উৰায়

ଅର୍ଥ : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা

ଉଦାହରଣ : সৈনিকে শত্রুৰ শিৰ উৰাই দিলে

ସମକକ୍ଷ : উৰাই দিয়া

ଅର୍ଥ : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা

ଉଦାହରଣ : হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়