ଅର୍ଥ : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
ଉଦାହରଣ :
প্রধান আচার্যই ্পতাকা উৰাই আছে
ଅର୍ଥ : আনৰ হতুৱাই উৰা
ଉଦାହରଣ :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
ଅର୍ଥ : বতাহত ওপৰলৈ উঠা
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে