ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
ଉଦାହରଣ : আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
ସମକକ୍ଷ : উৰা
ଅର୍ଥ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
ଉଦାହରଣ :
ଅର୍ଥ : বতাহত উৰা
ଉଦାହରଣ : বিদ্যালয় প্রাংগণত জাতীয় পতাকা উৰি আছিল
ଅର୍ଥ : যি উৰি আছে
ଉଦାହରଣ : উৰি থকা চৰাইটো চিকাৰীৰ তীৰত ঘায়ল হৈ মাটিত সৰি পৰিল
ସମକକ୍ଷ : উড়ন্ত, উড্ডীন, উড্ডীয়মান
ସଂସ୍ଥାପନ କରନ୍ତୁ