ଅର୍ଥ : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : উৰি থকা
ଅର୍ଥ : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
ଉଦାହରଣ :
চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
ଅର୍ଥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ଉଦାହରଣ :
মেজত থোৱা কিতাপখন কʼত হেৰাল
ସମକକ୍ଷ : হেৰোৱা
ଅର୍ଥ : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
ଉଦାହରଣ :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
ସମକକ୍ଷ : উৰি যোৱা
ଅର୍ଥ : বতাহত ইফাল-সিফাল হৈ পৰা
ଉଦାହରଣ :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
ସମକକ୍ଷ : উৰি যোৱা
ଅର୍ଥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : পিন্ধা, পৰিধান কৰা, লোৱা