ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উৎসৱ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উৎসৱ   বিশেষ্য

ଅର୍ଥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

ଉଦାହରଣ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

ସମକକ୍ଷ : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ

ଅର୍ଥ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি

ଉଦାହରଣ : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?

ସମକକ୍ଷ : সমাৰোহ

ଅର୍ଥ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

ଉଦାହରଣ :

ସମକକ୍ଷ : উছব, মহোৎসৱ, মেলা, সমাৰোহ